PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

221. অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল


A. আনুবংশিক


B. পৰিবেশীয়


C. ব্যক্তিগত


D. ওপৰৰ আটাইকেইটা শুদ্ধ


Answer :D


Solution :



222. অপৰাধ প্রৰৱণতাৰ এটা উদাহৰণ হ’ল


A. নিয়মীয়াকৈ বিদ্যালয়ত যোৱা


B. শ্ৰেণীকক্ষত শৃংখলাবদ্ধ হে থকা


C. বিদ্যালয়ৰ কাৰ্যত অংশ গ্ৰহণ কৰা


D. বিদ্যালয়ৰ পৰা পলায়ণ কৰা


Answer :D


Solution :



223. “বয়সন্ধি কালত ব্যক্তিয়ে নিজৰ কেঁচুৱা কালৰ যৌন ইতিহাস আকৌ এবাৰ সোঁৱৰে আৰু শৈশৱৰ শেষৰ ছোৱাত অৱদমিত অৱস্থাত থকা যৌন প্ৰেৰণা পুনৰ জাগ্ৰত হয়” - উক্তিটো আগবঢ়াইছিল


A. ষ্টেনলি হ'ল


B. আৰ্নেষ্ট জোনচ


C. জাঁ পিয়াজে


D. ৰুছো


Answer :B


Solution :



224. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে


A. সমাযোজন বোলে


B. অপসমাযোজন বোলে


C. পৰিৱেশ বোলে


D. প্ৰচেষ্টা বোলে


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.