1. ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?


A. চাওলুং চুকাফা।


B. কুমাৰ ভাস্কৰ বৰ্মন।


C. তৰুণ ৰাম ফুকন।


D. পুৰন্দৰ সিংহ।


Answer :A


Solution :



2. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?


A. চাওলুং চুকাফা।


B. কুমাৰ ভাস্কৰ বৰ্মন।


C. তৰুণ ৰাম ফুকন।


D. পুৰন্দৰ সিংহ।


Answer :B


Solution :



3. অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?


A. চাওলুং চুকাফা।


B. কুমাৰ ভাস্কৰ বৰ্মন।


C. তৰুণ ৰাম ফুকন।


D. পুৰন্দৰ সিংহ।


Answer :C


Solution :



4. আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?


A. চাওলুং চুকাফা।


B. কুমাৰ ভাস্কৰ বৰ্মন।


C. তৰুণ ৰাম ফুকন।


D. পুৰন্দৰ সিংহ।


Answer :D


Solution :



5. কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?


A. ১৯৬১ চনত


B. ১৮৮২ চনত


C. ১৯২১ চনত


D. ১৯০৩ চনত


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.