অসম ইতিহাস MCQ

31. অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?


A. ১৯০১ চনৰ পৰা


B. ১৮৬৬ চনৰ পৰা


C. ১৯৭৯ চনৰ পৰা


D. ১৮৮৬ চনৰ পৰা


Answer :D


Solution :



32. জয়দ'ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?


A. স্বৰ্গদেউ ৰুদ্ৰসিংহ


B. ৰত্নধ্বজ সিংহ বা চুলিকফা


C. গৌৰীশংকৰ ভট্টাচাৰ্য


D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই


Answer :A


Solution :



33. অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?


A. শিৱসাগৰ


B. ডিব্ৰুগড়


C. তিনিচুকীয়া


D. গুৱাহাটী


Answer :A


Solution :



34. আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?


A. শিৱসাগৰত


B. ডিব্ৰুগড়ত


C. বশিষ্ঠাশ্ৰমত


D. ছয়গাঁওত


Answer :C


Solution :



35. ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?


A. ডিগবৈ


B. নুনমাটি


C. বংগাইগাঁও


D. মৰনৈ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.