অসমীয়া সাধাৰণ জ্ঞান MCQ

1. তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়?


A. দেৱজিৎ


B. ৰামায়ণ


C. তাম্ৰধ্বজৰ যুদ্ধ


D. ৰাজসূয় কাব্য


Answer :A


Solution :



2. শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?


A. বেলগুৰিত


B. গাংমৌত


C. পাটবাউসীত


D. মধুপুৰত


Answer :B


Solution :



3. শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন?


A. জগদীশ মিশ্ৰ


B. মাধৱদেৱ


C. ৰামচৰণ ঠাকুৰ


D. ৰামমিশ্ৰ


Answer :A


Solution :



4. ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?


A. অনুবাদমূলক


B. নাট


C. ভটিমা


D. গীত


Answer :A


Solution :



5. তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ ?


A. শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা


B. ওজাপালিৰ প্রভাবেৰে তেওঁ বৰগীত ৰচনা কৰে


C. শংকৰদেৱৰ প্রথম নাট কেলিগোপাল


D. শংকৰদেৱৰ নাটকক প্ৰহসন বোলে


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.