অসমীয়া সাধাৰণ জ্ঞান MCQ

21. চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য?


A. প্রথম ৰোমান্টিক কবি


B. প্ৰথম দেশপ্ৰেমূলক কবিতাৰ ৰচক


C. অংকীয়া নাটৰ স্ৰষ্টা


D. প্রথম তত্বমূলক গ্ৰন্থৰ ৰচক


Answer :A


Solution :



22. অ.ভা.উ.সা. সভাৰ এজন প্ৰধান উপদেষ্টা কোন?


A. কমলাকান্ত ভটাচাৰ্য


B. পদ্মনাথ গোহাঞিবৰুৱা


C. ৰজনীকান্ত বৰদলৈ


D. সূৰ্যকুমাৰ ভূঞা


Answer :B


Solution :



23. ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন?


A. লক্ষ্মীনাথ বেজবৰুনা


B. ৰজনীকান্তবৰদলৈ


C. পদ্মনাথ গোহাঞিবৰুৱা


D. দণ্ডিনাথ কলিতা


Answer :C


Solution :



24. বিজুলী কাকতৰ সম্পাদক কোন আছিল?


A. অম্বিকাগিৰী ৰায়চৌধুৰী


B. সত্যনাথ বৰা


C. পদ্মনাথ গোহাঞিবৰুৱা


D. গুণাভিৰাম বৰুৱা


Answer :C


Solution :



25. লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?


A. দীননাথ বেজবৰুৱা


B. মাধৱ চন্দ্ৰ বেজবৰুৱা (গ)


C. হেমচন্দ্ৰ বৰুৱা


D. নাৰায়ণ বেজবৰুৱা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.