অসমীয়া সাধাৰণ জ্ঞান MCQ

61. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখন হ’ল


A. লিতিকাই


B. কদমকলি


C. জোনবিৰি


D. কেহোঁকলি


Answer :B


Solution :



62. ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল


A. চন্দ্ৰকুমাৰ আগৰৱালাই


B. হেমবৰুৱাই


C. বিৰিঞ্চি কুমাৰ বৰুৱা


D. লক্ষ্মীনাথ বেজবৰুৱা


Answer :D


Solution :



63. 'মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ' গ্ৰস্থৰ প্ৰণেতা হ’ল


A. লক্ষ্মীনাথ বেজবৰুৱা


B. চন্দ্ৰকুমাৰ আগৰৱালা


C. পদ্মনাথ গোহাঞি বৰুৱা


D. নলিনী বালা দেৱী


Answer :A


Solution :



64. 'জুনুকা' হৈছে লক্ষ্মীনাথ বেজবৰূৱাৰ


A. গল্প পুথি


B. শিশু সাহিত্য


C. কবিতাপুথি


D. হাস্যৰসাত্মক নাটক


Answer :B


Solution :



65. 'ভদৰী' হ'ল


A. বেজবৰুৱাৰ চুটি গল্প


B. বেজবৰুৱাৰ নাটক


C. বেজবৰুৱাৰ উপন্যাস


D. বেজবৰুৱাৰ উপন্যাসৰ এটি চৰিত্ৰ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.