1. স্কুটাৰৰ স্পিড’মিটাৰৰ (Speedometer) দ্বাৰা কি ধৰণৰ দ্ৰুতি জোখা হয়


A. গড় দ্ৰুতি


B. তাৎক্ষণিক দ্ৰুতি


C. যিকোনো দ্ৰুতি


D. ত্বৰণ


Answer :B


Solution :



2. সৰণ আৰু সময়ৰ মাজত অঁকা বক্ৰৰেখাৰ যিকোনো বিন্দুত টনা স্পৰ্শকৰ নতিৰ দ্বাৰা সেই বিন্দু সাপেক্ষে কি জোখা হয়


A. তাৎক্ষণিক দ্ৰুতি


B. তাৎক্ষণিক ত্বৰণ


C. তাৎক্ষণিক বেগ


D. গড় বেগ


Answer :C


Solution :



3. বস্তু এটাৰ দ্ৰুতি ঋণাত্মক হ’ব পাৰে নে


A. পাৰে


B. নোৱাৰে


C. পাৰেও নোৱাৰেও


D. উত্তৰ দিয়াটো অসম্ভৱ


Answer :B


Solution :



4. বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব


A. সৰণতকৈ বেছি হ’ব পাৰে


B. সৰণতকৈ কম হ’ব পাৰে


C. সদায় সৰণৰ সমান


D. সদায় সৰণতকৈ বেছি


Answer :A


Solution :



5. কি চৰ্তত বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব সৰণৰ সমান হয়


A. বস্তুটো স্থিৰে থাকিলে


B. বস্তুটো সমত্বৰণেৰে গতি কৰিলে


C. বস্তুটো সমবেগেৰে সৰলৰেখীয় পথত গতি কৰি থাকিলে


D. বস্তুটো বৃত্তাকাৰ পথত সমদ্রতিৰে ঘূৰি থাকিলে


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.