Social Science (সমাজ বিজ্ঞান) MCQ

1. ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়?


A. 42 সংখ্যক


B. 43 সংখ্যক


C. 44 সংখ্যক


D. 49 সংখ্যক


Answer :A


Solution :



2. ভাৰতৰ মহাগানীতিক আৰু হিচাপ নিয়ন্ত্ৰকক (কেগ) কোনে নিযুক্তি দিয়ে?


A. ৰাষ্ট্ৰপতিয়ে


B. কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে


C. উপ ৰাষ্ট্ৰপতিয়ে


D. কেন্দ্ৰীয় বৃত্ত মন্ত্ৰীয়ে


Answer :A


Solution :



3. তলৰ কোনসকলৰ ভোটাধিকাৰ থাকে?


A. ভাৰতৰ শিক্ষিত নাগৰিক


B. ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক


C. ভাৰতৰ যিকোনো নাগৰিক


D. ভাৰতত থকা যিকোনো বিদেশীৰ


Answer :B


Solution :



4. পঞ্চায়তীৰাজ হল –


A. প্ৰশাসনিক গঠন


B. বিত্তীয় গঠন


C. শাৰীৰিক গঠন


D. ৰাজ্যৰ আকাৰ


Answer :A


Solution :



5. ৰাজ্যপালগৰাকী হল –


A. কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী


B. এখন ৰাজ্যৰ মুৰব্বী


C. ৰাষ্ট্ৰপতিৰ এজেণ্ট


D. অ-ৰাজনৈতিক পদবী


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.