Social Science (সমাজ বিজ্ঞান) MCQ

26. ঘড়ীৰ কাটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে?


A. জুপিটাৰ


B. পৃথিৱী


C. মাৰ্কাৰী


D. ইউৰেনাছ


Answer :D


Solution :



27. এটা অৰ্ধ চন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ললে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ হয় প্ৰায় – ক)


A. 45°


B. 90°


C. 60°


D. 180°


Answer :B


Solution :



28. সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোঁতে দূৰত্ব হয়গৈ –


A. 896 মিলিয়ন কিল’মিটাৰ


B. 966 মিলিয়ন কিল’মিটাৰ


C. 1036 মিলিয়ন কিল’মিটাৰ


D. 1096 মিলিয়ন কিল’মিটাৰ


Answer :B


Solution :



29. পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে প্ৰতি মিনিটত বেগ হয়-


A. 800 কিল’মিটাৰ


B. 14000 কিল’মিটাৰ


C. 1000 কিল’মিটাৰ


D. 1600 কিল’মিটাৰৰ অধিক


Answer :D


Solution :



30. আমাৰ সৌৰজগতৰ কেন্দ্ৰ হল –


A. পৃথিৱী


B. সূৰ্য


C. হাতিপটী


D. এটাও নহয়


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.