ভাৰতীয় ইতিহাস (Indian History) MCQ

1. পৃথিৱীৰ বুকুত হমিনিড্ নামৰ মানৱ জাতীয় প্রাণীৰ কেতিয়া আবিৰ্ভাৱ হৈছিল?


A. ৬.৬ নিযুত বৰ্ষৰ পূর্বে


B. ৫.৬ নিযুত বৰ্ষৰ পূর্বে


C. ৪.৬ নিযুত বৰ্ষৰ পূর্বে


D. ৫.৫ নিযুত বৰ্বৰ পূর্বে


Answer :A


Solution :



2. আধুনিক মানৱৰ সৃষ্টি হৈছিল


A. ১,৬০,০০০ বৰ্ষ পূবে


B. ১,৫০,০০০ বর্ষ পূর্বে


C. ১,২০,০০০ বর্ষ পূর্বে


D. ১,০০,০০০ বর্ষ পূর্বে


Answer :A


Solution :



3. তলৰ কোনটো বিষয় আদিম মানৱৰ জীৱিকাৰ উপায় নাছিল


A. বনৰীয়া ফল-মূল খােৱা


B. শস্য সংগ্রহ


C. ব্যৱসায়


D. চিকাৰ


Answer :C


Solution :



4. জুইৰ আৱিষ্কাৰত তলৰ কোনটো বিষয়ে সহায় ৰা নাছিল


A. শিলে শিলে ঘঁহনি খাই উঠা জুইৰ ফিৰিঙতি


B. পাহাৰ-পৰ্বতৰ পৰা বাগৰি অহা ভাঙৰ শিলৰ ঘর্বণ


C. শুকান কাঠৰ ঘঁহনিৰ ফলত উঠা জুই আৰু জুই


D. সূৰ্যৰ পােহৰ


Answer :D


Solution :



5. আদিম মানৱে পোেন প্রথমে হাতিয়াৰ বা অস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্তুটো আছিল


A. লােহা


B. শিল


C. কাঠ


D.


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.