ভাৰতীয় ইতিহাস (Indian History) MCQ

161. কোনজন আহােম স্বৰ্গদেৱে বংগ আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাইছিল?


A. ৰুদ্ৰসিংহ


B. চন্দ্রকান্ত সিংহ


C. গদাধৰ সিংহ


D. কমলেশ্বৰ সিংহ


Answer :A


Solution :



162. ৰংপুৰ নগৰৰ পৰিকল্পনাৰ বাবে কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক কোনে মতাই আনিছিল?


A. প্রমত্ত সিংহ


B. ৰাজেশ্বৰ সিংহ


C. গদাধৰ সিংহ


D. ৰুদ্ৰসিংহ


Answer :D


Solution :



163. কোনজন আহােম স্বৰ্গদেউৰ ওপৰত ছত্রভংগ যােগ’ পৰা বুলি জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছিল?


A. ৰুদ্ৰসিংহ


B. প্রমত্ত সিংহ


C. শিৱসিংহ


D. কন্দর্পেশ্বৰ সিংহ


Answer :C


Solution :



164. ৰাণী ফুলেশ্বৰীক শিৱসিংহই দিয়া উপাধিটো আছিল


A. বৰৰাণী


B. বৰ ৰজা


C. আহােম সম্রাজ্ঞী


D. আহােম ৰাণী


Answer :B


Solution :



165. কীর্তি চন্দ্ৰ বৰুৱাক ‘জলম বঁটা’ আখ্যা দিয়া বুৰঞ্জীখনৰ নাম আছিল


A. চকৰিফেটী বুৰঞ্জী


B. তুংখুঙীয়া বুৰঞ্জী


C. দেওধাই অসম বুৰঞ্জী


D. সাতসৰী অসম বুৰঞ্জী


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.