ভাৰতীয় ইতিহাস (Indian History) MCQ

151. মীৰজুমলাৰ লগত অহা কোনজন লেখকে অসমৰ বিস্তৃত বিৱৰণ দি গৈছে?


A. চিহাবুদ্দিন তালিচ


B. মির্জা বেগ


C. ইবন হুছেইন


D. ফাৰহা খাঁ


Answer :A


Solution :



152. কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?


A. ১৬৬১


B. ১৬৭১


C. ১৬৭৩


D. ১৬৮১


Answer :B


Solution :



153. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ আৰু মােগলৰ সেনাপতি কোন কোন আছিল?


A. আহােমৰ লাচিত বৰফুকন, মােগলৰ মীৰজুমলা


B. আহােমৰ লাচিত বৰফুকন, মােগলৰ ৰামসিংহ


C. আহােমৰ চক্ৰধ্বজ সিংহ, মােগলৰ মীৰজুমলা


D. আহােমৰ উদয়াদিত্য সিংহ, মােগলৰ ৰামসিংহ


Answer :B


Solution :



154. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ স্বৰ্গদেউ আৰু মােগলৰ দিল্লীৰ সম্রাট আছিল


A. মােগল সম্রাট ঔৰংগজেৱ, আহােমৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ


B. মােগলৰ সম্রাট ছাহজাহান, আহােমৰ স্বৰ্গদেউ উদয়াদিত্য সিংহ


C. মােগল সম্রাট জাহাংগীৰ, আহােমৰ স্বৰ্গদেউ জয়ধ্বজ সিংহ


D. মােগল সম্রাট ঔৰংগজেৱ, আহােম স্বৰ্গদেউ উদয়াদিত্য সিংহ


Answer :D


Solution :



155. ল’ৰা ৰজাৰ আহােম নাম কি আছিল?


A. গােবৰ


B. চুজিনা


C. চুলিফা


D. চুডৈফা


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.