পদার্থ বিজ্ঞান (Physics) MCQ

6. গড়বেগ আৰু গড় দ্ৰুতি একে হয় নে


A. হয়


B. নহয়


C. অনিশ্চিত


D. অকল সৰল ৰেখীয় পথত সুষম গতিযুক্ত বস্তুৰ ক্ষেত্ৰতহে হয়


Answer :D


Solution :



7. এটা সমবেগত গতি কৰা থকা বস্তুৰ দ্ৰুতি সলনি হৈ থাকিব পাৰে নে


A. নোৱাৰে


B. পাৰে


C. কেতিয়াবা পাৰে কেতিয়াবা নোৱাৰে


D. অনিশ্চিত


Answer :A


Solution :



8. সমদ্ৰুতিত গতি কৰা বস্তু এটাৰ বেগ সলনি হ’ব পাৰে নে


A. পাৰে যদি দিশ সলনি হয়


B. পাৰে যদি দিশ সলনি নহয়


C. পাৰে যদি বেগৰ দিশত বলে ক্ৰিয়া কৰে


D. কেতিয়াও নোৱাৰে


Answer :A


Solution :



9. সৰলৰেখীয় পথত গতি কৰি থকা বস্তু এটাৰ দ্ৰুতি শূন্য হোৱা অৱস্থাত


A. বেগ শূন্য হয়


B. বেগ শূন্য নহ’ব পাৰে


C. সৰণ শূন্য হয়


D. ত্বৰণ কি হ’ব ক’ব নোৱাৰি


Answer :A


Solution :



10. তলত দিয়া ৰাশিবোৰৰ ভিতৰত কোনটো স্কেলাৰ ৰাশি


A. বল


B. ত্বৰণ


C. সৰণ


D. দ্ৰুতি


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.