অসমীয়া সাধাৰণ জ্ঞান MCQ

51. জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হ’ল


A. লক্ষ্মীনাথ বেজবৰুৱা


B. চন্দ্ৰকুমাৰ আগৰৱালা


C. পদ্মনাথ গোহাঞিবৰুৱা


D. হেমচন্দ্ৰ গোস্বামী


Answer :B


Solution :



52. চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্রথমটো ৰোমাণ্টিক কবিতা হৈছে


A. প্রতিমা


B. বনকুঁৱৰী


C. জলকুঁৱৰী


D. বীণবʼৰাগী


Answer :B


Solution :



53. 'প্রতিমাখন সৰু কিন্তু নিভাজ সোণৰ' - চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি?


A. লক্ষ্মীনাথ বেজবৰুৱা


B. ড০ বাণীকান্ত কাকতি


C. ড০ মহেশ্বৰ নেওগ


D. সত্যনাথ বৰা


Answer :A


Solution :



54. চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতাপুথি হৈছে


A. প্রতিমা


B. কদমকলি


C. বীণব'ৰাগী


D. জুনুকা


Answer :C


Solution :



55. 'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?


A. চন্দ্ৰকুমাৰ আগৰৱালা


B. লক্ষ্মীনাথ বেজবৰুৱা


C. ৰঘুনাথ চৌধুৰী


D. নলিনীবালা দেৱী


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.