অসম ইতিহাস MCQ

16. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?


A. গোপীনাথ বৰদলৈ


B. ৰেণুকা দেৱী বৰকটকী


C. ছৈয়দা আনোৱাৰা টাইমূৰ


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



17. কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?


A. গোপীনাথ বৰদলৈ


B. ৰেণুকা দেৱী বৰকটকী


C. ছৈয়দা আনোৱাৰা টাইমূৰ


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



18. আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?


A. ১২৫৩ চনত


B. ১৬৮২ চনত


C. ১৫৪৮ চনত


D. ১৯২০ চনত


Answer :A


Solution :



19. অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?


A. গোপীনাথ বৰদলৈ


B. ৰেণুকা দেৱী বৰকটকী


C. ছৈয়দা আনোৱাৰা টাইমূৰ


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



20. আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?


A. ১২৫৩ চনত


B. ১৬৮২ চনত


C. ১৫৪৮ চনত


D. ১৯২০ চনত


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.