PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

96. শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাত বিশেষ ভাৱে প্ৰেৰণা যোগাব পাৰে


A. শিক্ষকৰ ব্যক্তিত্বই


B. মাক-দেউতাকৰ ব্যক্তিত্বই


C. সমনীয়াৰ ব্যক্তিত্বই


D. ডাঙৰৰ ব্যক্তিত্বই


Answer :A


Solution :



97. এটা শিশুৱে আনৰ সহায় নোলোৱাকৈ খোজ কাঢ়িব পাৰে


A. ৯ মাহত


B. ১৩ মাহত


C. ১৫ মাহত


D. ২০ মাহত


Answer :C


Solution :



98. এটা দেৰ বছৰীয়া শিশুৱে শব্দ উচ্চাৰণ কৰিব পাৰে


A. প্ৰায় ১৫ টা


B. প্ৰায় ২২ টা


C. প্ৰায় ৩৩ টা


D. প্রায় ৪৪ টা


Answer :B


Solution :



99. শিশুৰ কণ্ঠত ধ্বনিৰ স্পষ্টতা প্রকাশ পায়


A. জন্মৰ ২ মাহৰ পিছত


B. জন্মৰ ৪ মাহৰ পিছত


C. জন্মৰ ৬ মাহৰ পিছত


D. জন্মৰ ৮ মাহৰ পিছত


Answer :B


Solution :



100. শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক’ব পাৰে


A. তিনি বছৰত


B. পাঁচবছৰত


C. ছয় বছৰত


D. সাত বছৰত


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.