PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

101. শিশুৰ ভাষা বিকাশত প্ৰধান অন্তৰায় হব পাৰে


A. মাক-দেউতাক


B. পৰিবেশ


C. বিদ্যালয়


D. বধিৰতা


Answer :D


Solution :



102. শৈশৱ আৰু কৈশোৰ কালত কেনেকৈ শিশুৰ বুদ্ধিৰ বিকাশ ঘটে সেই বিষয়ে তত্ব আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম আছিল


A. ফ্ৰয়ড


B. জা পিয়াজে


C. এৰিকচন


D. ষ্টেনলি হল


Answer :B


Solution :



103. "মানুহৰ সকলো আচৰণৰে মূল উদ্দেশ্য হল পৰিবেশৰ লগত পৰ্যায়ক্ৰমে অধিক সন্তোষজনক ভাবে সমাযোজন কৰা" - উক্তিটো আগবঢ়াইছিল


A. জা পিয়াজে


B. ষ্টেনলি হলে


C. আৰ্ণেষ্ট জোনচে


D. ফ্ৰয়েডে


Answer :A


Solution :



104. পিয়াজেৰ ভাষাত আকৃতিকল্প (Schema) কোৱা হয়


A. অপসমাযোজন প্ৰক্ৰিয়াক


B. সমাযোজন প্ৰক্ৰিয়াক


C. জৈৱিক প্ৰক্ৰিয়াক


D. মানসিক প্রক্ৰিয়াক


Answer :B


Solution :



105. দাৰ্শনিক ৰুছোৱে তেওঁৰ শিশু শিক্ষা সম্বন্ধীয় গ্ৰন্থ 'Emile' প্ৰকাশ কৰিছিল


A. ১৭৬২ চনত


B. ১৭৪০ চনত


C. ১৮০০ চনত


D. ১৮০২ চনত


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.