PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

161. নৱজাত কেঁচুৱাৰ কন্দা, হাচিওৱা, হামিওৱা, চকু পিৰিকোৱা, বমি কৰা, শৌচ-প্রস্ৰাৱ কৰা আদি কামবোৰ হ’ল


A. ইন্ধিয় ক্ষমতা


B. প্রতিবৰ্ত ক্ৰিয়া


C. স্বাভাৱিক ক্ৰিয়া


D. অস্বাভাৱিক ক্ৰিয়া


Answer :B


Solution :



162. অনুকৰণ কৰা প্ৰবৃত্তি অতি প্ৰখৰ হয়


A. শৈশৱ কালত


B. বাল্য কালত


C. কৈশোৰ কালত


D. প্লাপ্তবয়স্ক কালত


Answer :A


Solution :



163. মাতৃভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ’ল


A. পঢ়া আৰু লিখা


B. শুনা আৰু কোৱা


C. শুনা আৰু পঢ়া


D. কোৱা আৰু লিখা


Answer :B


Solution :



164. কেঁচুৱা আৰু শিশুৰ জীৱনত খেল-ধেমালি এটা অতি


A. অস্বাভাৱিক আৰু প্ৰয়োজনীয় দিশ


B. স্বাভাৱিক আৰু অপ্ৰয়োজনীয় দিশ


C. প্ৰয়োজনীয় আৰু স্বাভাৱিক দিশ


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



165. শিশুসকলৰ মনত লাহে লাহে ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত, সৎ-অসৎ আদি ধাৰণাৰ বিকাশ ওপজে


A. মৰমৰ জৰিয়তে


B. শাস্তিৰ জৰিয়তে


C. পুৰস্কাৰৰ জৰিয়তে


D. শাস্তি আৰু পুৰস্কাৰৰৰ জৰিয়তে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.