PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

91. এজন গায়কৰ সংগীতৰ প্রতি থকা আগ্রৰহক ক’ব পাৰি


A. প্রকৃত আগ্ৰহ


B. আহৰিত আগ্ৰহ


C. স্থায়ী আগ্ৰহ


D. অস্থায়ী আগ্ৰহ


Answer :C


Solution :



92. আগ্ৰহক বিভক্ত কৰিব পাৰি


A. দুটা পৰ্যায়ত


B. তিনিটা পৰ্যায়ত


C. চাৰিটা পৰ্যায়ত


D. পাঁচটা পৰ্যায়ত


Answer :C


Solution :



93. শিক্ষণ আৰু প্ৰশিক্ষণৰ যোগেদি আয়ত্ব কৰা আগ্ৰহক কোৱা হয়


A. প্ৰকৃত আগ্ৰহ


B. আৰ্জিত আগ্ৰহ


C. স্থায়ী আগ্ৰহ


D. অস্থায়ী আগ্ৰহ


Answer :B


Solution :



94. আৰ্জিত আগ্ৰহৰ প্রভাৱ থাকিব পাৰে


A. শৈশৱ কাললৈ


B. কৈশোৰ কাললৈ


C. বয়ঃপ্রাপ্তিলৈ


D. সমগ্ৰ জীৱনলৈ


Answer :D


Solution :



95. শিশুৰ আগ্ৰহ সৃষ্টি কৰিবলৈ শিক্ষকে শ্ৰেণীকক্ষত


A. শাস্তিৰ প্ৰয়োগ কৰিব লাগে


B. পুৰস্কাৰ প্ৰদান কৰিব লাগে


C. অণুশাসন কৰিব লাগে


D. শাৰিৰীক শাস্তি দিব লাগে


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.