PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

131. বিনেই, চাইমনৰ সহযোগত প্ৰথম বুদ্ধিৰ অভীক্ষা প্ৰকাশ কমিছিল


A. ১৯০৫ চনত


B. ১৯০৭ চনত


C. ১৯০৯ চনত


D. ১৯১১ চনত


Answer :A


Solution :



132. আমেৰিকান মনোবিদ জেমচ্‌ মেককিন কেটেলে প্ৰথম বাৰৰ বাবে “মানসিক অভীক্ষা” শব্দ দুটা ব্যৱহাৰ কৰিছিল


A. ১৮৭০ চনত


B. ১৮৮০ চনত


C. ১৮৯০ চনত


D. ১৯৫০ চনত


Answer :C


Solution :



133. বিনেৰ বুদ্ধি পৰীক্ষাৰ দ্বিতীয় সংস্কৰণ প্রকাশ হৈছিল


A. ১৯০৫ চনত


B. ১৯০৮ চনত


C. ১৯১০ চনত


D. ১৯১১ চনত


Answer :B


Solution :



134. বিনে, চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায়


A. বিনে চাইমন পৰীক্ষা


B. বিনে চাইমন অভীক্ষা


C. বিনে চাইমন কাঠী


D. বুদ্ধি পৰীক্ষা


Answer :C


Solution :



135. বিনে চাইমনৰ ১৯০৮ চনৰ সংস্কৰণত ল’ৰা-ছোৱালীক সামৰি লোৱা হৈছে


A. জন্মৰ পৰা ১০ বছৰলৈ


B. ৩ পৰা ১৩ বছৰলৈ


C. ৩ ৰ পৰা ১৫ বছৰলৈ


D. ৫ ৰ পৰা ১৫ বছৰলৈ


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.