PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

176. সাধাৰণতে শিশুসকলে লিখা, পঢ়া, গণনা কৰাৰ উপৰিও স্কুলৰ প্ৰচলিত নিয়ম-কানুন, অনুশাসন আদি মানি চলিব পৰা হয়


A. কেঁচুৱা কালত


B. শৈশৱ কালত


C. বাল্য কালত


D. কৈশোৰ কালত


Answer :C


Solution :



177. শিশুৰ মানসিক বিকাশৰ প্ৰাৰম্ভিক পৰ্যায় বুলি ক’ব পাৰি


A. কৌতুহল পৰায়ণতাক


B. মানসিক বিকাশক


C. কল্পনা বিলাসীতাক


D. সংবেদনাত্মক বিকাশক


Answer :D


Solution :



178. নৱজাত শিশুৰ ভয়, ক্ৰোধ আৰু ভালপোৱাকেই প্ৰাথমিক আবেগ ধুলি মতপোষণ কৰিছিল


A. মনোবিদ ৱাটছনে


B. মনোবিদ ৰুছোৱে


C. মনোবিদ ষ্টাউটে


D. মনোবিদ ৰাইবাৰ্ণে


Answer :A


Solution :



179. শৈশৱৰ আত্মকেন্দ্ৰিক যৌন অনুভূতিক বিশেষজ্ঞ সকলে


A. বিপৰীত লিংগকামিতা বোলে


B. আত্মকাম প্ৰৱণতা বোলে


C. সমকামিতা বোলে


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



180. বাল্য কালৰ যৌৱনাৱস্থাক প্ৰসুপ্তকাল (Latent Period) বুলি অভিহিত কৰিছিল


A. মনোবিদ মেক্‌ডুগেলে


B. মনোবিদ ৱাটছনে


C. মনোবিদ ৰাইবাৰ্ণে


D. মনোবিদ ফ্ৰয়েডে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.