PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

121. অভ্যাসৰ ফলত অতি কঠিন কাৰ্যও


A. অধিক কঠিন হয়


B. কৰিবলৈ অসম্তৱ হয়


C. সহজ হয়


D. এটাও নহয়


Answer :C


Solution :



122. "প্ৰৱণতা মানে হ’ল কোনো এটা বিষয় আয়ত্ব কৰিবৰ কাৰণে প্রয়োজনীয় ক্ষমতা, আগ্ৰহ, ৰাপ আদিৰ এটা সংমিশ্ৰণ" কথাষাৰ


A. সত্য


B. অসত্য


C. আংশিক সত্য


D. এটাও নহয়


Answer :A


Solution :



123. প্ৰৱণতা পৰিমাপনৰ আৰম্ভণি হৈছিল


A. প্ৰথম মহাসমৰৰ সময়ৰ পৰা


B. দ্বিতীয় মহাসমৰৰ সময়ৰ পৰা


C. ১৮ শ শতিকাত


D. ১৭ শ শতিকাত


Answer :A


Solution :



124. প্ৰৱণতা হ’ল


A. সহজাত


B. আৰ্জিত


C. কৃত্রিম


D. A,B দুয়োটাই শুদ্ধ


Answer :D


Solution :



125. যিকোনো প্ৰশিক্ষণ বা বৃত্তি-পাঠক্ৰমৰ বাবে ব্যক্তি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হয়


A. বুদ্ধি পৰীক্ষাৰ


B. প্ৰৱণতা অভীক্ষাৰ


C. মনোযোগৰ


D. অভ্যাসৰ


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.