PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

126. কোনো কাৰ্য বা বৃত্তি আয়ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে কোৱা হয়


A. ইচ্ছাশক্তি


B. আগ্রহ


C. হেঁপাহ


D. প্ৰৱণতা


Answer :D


Solution :



127. প্ৰৱণতা আৰু বুদ্ধিৰ মাজত


A. পাৰ্থক্য আছে


B. পাৰ্থক্য নাই


C. আংশিক পাৰ্থক্য আছে


D. এটাও নহয়


Answer :A


Solution :



128. কোন কোন ল’ৰা-ছোৱালী কেনেধৰণৰ বিষয়ৰ প্ৰতি আগ্ৰহী তাক জনাত সুবিধা হয়


A. বুদ্ধি পৰীক্ষাৰ দ্বাৰা


B. অনুসন্ধিৎসুৰ দ্বাৰা


C. প্রৱণতা অভীক্ষাৰ দ্বাৰা


D. এটাও নহয়


Answer :C


Solution :



129. "ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ঙ্গম কৰা ক্ষমতা" - বুদ্ধি সন্দৰ্ভত এই মতামত আগব়াইছিল


A. টাৰমান


B. চাইমন


C. বৰিং


D. বিনে আৰু চাইমন


Answer :D


Solution :



130. থৰ্নডাইকে বহুলভাৱে বুদ্ধিক ভাগ কৰিছিল


A. দুটা ভাগত


B. তিনিটা ভাগত


C. চাৰিটা ভাগত


D. পাঁচটা ভাগত


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.