PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

181. ছোৱালীৰ যৌৱন প্রাপ্তি সাধাৰণতে সমবয়সৰ ল’ৰাতকৈ


A. ১/২ বছৰৰ আগবঢ়া হয়


B. ১/২ বছৰৰ পিছ পৰা হয়


C. ৪/৫ বছৰৰ আগবঢ়া হয়


D. ৪/৫ বছৰৰ পিছ পৰা হয়


Answer :A


Solution :



182. সাধাৰণতে আৱেগে উগ্ৰৰূপ ধাৰণ কৰাৰ ফলত অপৰাধ প্রৱণতা, উগ্রবাদিতা, বিচ্ছিন্নতাবাদ আদি দেখা পোৱা নাযায়


A. কেঁচুৱা কালত


B. শৈশৱ কালত


C. বাল্য কালত


D. ওপৰৰ আটাইকেইটা শুদ্ধ


Answer :D


Solution :



183. মনোবিদ ৰাইবাৰ্ণৰ মতে, আগতীয়া কৈশোৰ কাল হ’ল


A. ৮ ৰ পৰা ১২ বছৰলৈ


B. ১০ ৰ পৰা ১২ বছৰলৈ


C. ১২ ৰ পৰা ১৪ বছৰলৈ


D. ১৪ ৰ পৰা ১৮ বছৰলৈ


Answer :C


Solution :



184. মনোবিদ ৰাইবাৰ্ণে কৈশোৰ কালৰ কোনখিনি সময়ক “মানসিক বিকাশ পৰ্যায়” হিচাপে অন্তর্ভুক্ত কৰিছল


A. ১০ ৰ পৰা ১২ বছৰলৈ


B. ১০ ৰ পৰা ১৪ বছৰলৈ


C. ১২ ৰ পৰা ১৪ বছৰলৈ


D. ১৪ ৰ পৰা ১৮ বছৰলৈ


Answer :D


Solution :



185. শিশুৱে দৌৰা, জঁপিওৱা, পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে


A. ক্ৰীড়া প্ৰৱণতাৰ বাবে


B. কৰ্মপ্রৱণতাৰ বাবে


C. প্ৰবৃত্তিগত প্ৰৱণতাৰ বাবে


D. সংবেদনাত্মক প্রৱণতাৰ বাবে


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.