PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

76. শিশুৰ বুদ্ধি বৃত্তি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো আঙুলিয়াই দিয়ে


A. শিক্ষকে


B. মাক-দেউতাকে


C. সমাজ বিজ্ঞানে


D. মনোবিজ্ঞানে


Answer :D


Solution :



77. কৈশোৰৰ ইংৰাজী প্ৰতিশব্দ 'Adolescence' শব্দটো আহিছিল


A. লেটিন ভাষাৰ পৰা


B. গ্ৰীক ভাষাৰ পৰা


C. ইংৰাজী ভাষাৰপৰা


D. জাৰ্মান ভাষাৰ পৰা


Answer :A


Solution :



78. ছোৱালীসকল খাতুমতী আৰু ল’ৰা বীৰ্যধাৰী হৈ উঠে


A. শৈশৱ কালত


B. বাল্যকালত


C. বয়ঃসদ্ধি কালত


D. বৃদ্ধ কালত


Answer :C


Solution :



79. একে বয়সৰ এজন ল’ৰা আৰু এজনী ছোৱালীক যদি নিৰীক্ষণ কৰা হয় দেখা যাব, ছোৱালীজনী আগবঢ়া


A. শক্তিৰ ক্ষেত্রত


B. মনঃশক্তিৰ ক্ষেত্ৰত


C. ভাষিক বিকাশৰ ক্ষেত্রত


D. বৈজ্ঞানিক দিশত


Answer :C


Solution :



80. এজন অন্তৰ্মুখী ব্যক্তিৰ প্ৰধান বৈশিষ্ট্য হ’ল


A. কম কথা কোৱা


B. বেছি কথা কোৱা


C. সজ আচৰণ


D. চিন্তামুক্ত


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.