PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

216. লুইচ লিয়ন থাৰ্ষ্টনৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কেইটা হ’ল


A. সক্ৰিয়, তেজস্বী, উদ্বেগী, প্ৰভাৱী, অস্থিৰ, সমাজ প্ৰিয়, চিন্তানাত্মক


B. নিষ্ক্ৰিয়, তেজস্বী, উদ্বেগী, প্ৰভাৱী, সুস্থিৰ, সমাজ প্ৰিয়, চিস্তানাত্মক


C. সক্ৰিয়, তেজস্বী, উদ্বেগী, প্ৰভাৱী, সুস্থিৰ, সমাজ প্ৰিয়, চিন্তানাত্মক


D. নিষ্ক্ৰিয়, তেজস্বী, উদ্বেগী, অভাৱী, সুস্থিৰ, সমাজ প্ৰিয়, চিস্তানাত্মক


Answer :C


Solution :



217. ফ্রয়ডৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাজন মতে সাধাৰণতে যি সকল ব্যক্তি অপৰিপক্ক, আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহী প্ৰকৃতিৰ হয় তেওঁলোক হ’ল


A. মৌখিক প্রকাৰৰ


B. পায়ু প্ৰকাৰৰ


C. শ্লিম্মা প্রকাৰৰ


D. উপস্থ অৱস্থাৰ


Answer :A


Solution :



218. কিশোৰ অৱস্থাত অপৰাধৰ প্রতি থকা প্ৰৱণতাক কোৱা হয়


A. অপৰাধ


B. দায় বা জগৰ


C. কু-প্রবৃত্তি


D. অপৰাধ প্রৱণতা


Answer :D


Solution :



219. 'Delinquency' শব্দটোৰ উৎপত্তি হৈছিল


A. গ্ৰীক ভাষাৰ পৰা


B. ফ্ৰেন্স ভাষাৰ পৰা


C. জাৰ্মান ভাষাৰ পৰা


D. লেটিন ভাষাৰপৰা


Answer :D


Solution :



220. লেটিন ভাষাৰ 'Delinquency' শব্দটো উৎপত্তি হৈছিল


A. Delingu শব্দৰ পৰা


B. Delinqure শব্দৰ পৰা


C. Deling শব্দৰ পৰা


D. Delingquent শব্দৰ পৰা


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.