PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

171. শিক্ষাবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ বিকাশৰ কোনখিনি সময়ক “মানসিক বিকাশ পৰ্যায়” হিচাপে ধৰা হয়


A. ৩ ৰ পৰা ৬/৭ বছৰলৈ


B. ৬/৭ ৰ পৰা ৮ বছৰলৈ


C. ৮ ৰ পৰা ১২ বছৰলৈ


D. ৯ ৰ পৰা ১০ বছৰলৈ


Answer :C


Solution :



172. শিশুৱে যেতিয়া মাটিত পৰি দুখ পায়, তেতিয়া কান্দি উঠে। যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে, তেতিয়া প্রতিশোধ লোৱা বুলি ভাবি সন্তোষ পায়। ইয়াৰ কাৰণ


A. অনুকৰণ প্ৰিয়তা


B. আত্মকেন্দ্ৰিকতা


C. আত্মকাম প্ৰৱণতা


D. সৰ্বপ্রাণবাদিতা


Answer :D


Solution :



173. শিশুৱে নিজ হাত আৰু ভৰিৰ আঙুলি মুখত ভৰাই, কোমল বস্তু মুখলৈ নি, প্ৰস্ৰাৱ কৰি, যৌনাংগ স্পৰ্শ কৰি আনন্দ লাভ কৰে। ইয়াৰ কাৰণ হ’ল


A. প্ৰবৃত্তিমূলক প্ৰণতা


B. আত্মকাম প্ৰৱণতা


C. প্রতিৱৰ্তক্ৰিয়ামূলক প্ৰৱণতা


D. কল্পনা প্ৰৱণতা


Answer :B


Solution :



174. শিশুৱে নিজ স্বাৰ্থ তথা প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা কেতিয়াবা খোৱা বস্তু বা খেলা-ধূলাৰ বস্তুলৈ সমনীয়া বা নিজৰ ভাই- ভনীৰ মাজত কাজিয়া কৰাৰ কাৰণ হ’ল


A. আত্মকেন্দ্ৰিক মনোভাৱ


B. সামাজিক মনোভাৱ


C. সংদেনাত্মক মনোভাৱ


D. প্রবৃত্তিমূলক মনোভাৱ


Answer :A


Solution :



175. মাক-দেউতাক বা পৰিয়ালৰ আন আন সদস্যসকলৰ মৰম-চেনেহহীনতা, আন্তৰিকতাহীনতা, উপেক্ষা আদিয়ে শিশুক


A. অসামাজিক কৰি তুলবি পাৰে


B. হীনমন্য কৰি তুলিব পাৰে


C. মানসিক ৰোগগ্ৰস্ত কৰি তুলবি পাৰে।


D. ওপৰৰ আটাইকেইটা গুদ্ধ


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.