অর্থনীতি (Economics ) MCQ

31. অপূর্ণ প্রতিযােগিতামূলক বজাৰ বুলিলে তলৰ কোনখন বজাৰক নুবুজায়?


A. স্বল্পাধিকাৰ বজাৰ


B. দ্বয়াধিকাৰ বজাৰ


C. একাধিকাৰ প্রতিযােগিতামূলক বজাৰ


D. একচেটিয়া বজাৰ


Answer :D


Solution :



32. ১৯৫১ চনৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণ


A. উচ্চ হাৰত বৃদ্ধি পাবলৈ ধৰে


B. একে হাৰত বৃদ্ধি হয়


C. অতি কম হাৰত বৃদ্ধি হয়


D. ক্রমহ্রাসমান হাৰত বাঢ়ে


Answer :A


Solution :



33. তলৰ কোনটো ভাৰতৰ আমদানি বৃদ্ধিৰ কাৰণ নহয়?


A. ঔদ্যোগিক আহিলাৰ আমদানি দ্রুতহাৰত বৃদ্ধি


B. খাদ্য-শস্যৰ আমদানিৰ বর্ধিত হাৰ


C. সঘনাই হােৱা তেলৰ মূল্য বৃদ্ধি


D. জনসাধাৰণৰ পছন্দৰ দ্রুত পৰিৱৰ্তন


Answer :D


Solution :



34. বিশ্বৰ মুঠ মাটিকালিৰ ভাৰতত থকা অংশ হ’ল


A. ২.৮ শতাংশ


B. ২.৯ শতাংশ


C. ২.৪ শতাংশ


D. ২.৫ শতাংশ


Answer :C


Solution :



35. স্বাধীনতাৰ ঠিক পিচৰ সময়ছােৱাত ভাৰতৰ ৰপ্তানিজাত দ্রব্যৰ তালিকাত থকা দ্রব্যবােৰ হ’ল


A. মৰাপাট, কপাহ, কাপােৰ, চাহপাত


B. কাপােৰ, চাহপাত, চামৰা, যন্ত্রপাতি


C. চামৰা, লােৰ আকৰ, বালিচন্দা, ফল


D. কফি, কেঁচা কপাহ, চাউল


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.