অর্থনীতি (Economics ) MCQ

86. ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ সাগৰেদি সৰবৰাহ হয়


A. ৭০ শতাংশ


B. ৪০ শতাংশ


C. ৮১ শতাংশ


D. ৯৫ শতাংশ


Answer :D


Solution :



87. জোৱাৰ শক্তি ব্যৱহাৰ কৰা এখন দেশ হ’ল


A. ফ্রান্স


B. চীন


C. ভাৰত


D. বাংলাদেশ


Answer :A


Solution :



88. অসমৰ মুঠ ভৌগােলিক এলেকা ভাৰতবৰ্ষৰ মুঠ ভৌগােলিক এলেকাৰ


A. ১.৫ শতাংশ


B. ১.৯ শতাংশ


C. ২.৩ শতাংশ


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



89. নতুন খনিজ সম্পদ নীতি ১৯৯৩ ৰ উদ্দেশ্য হল


A. বেচৰকাৰী বিনিয়োেগৰ প্ৰবাহক উদগনি দিয়া


B. তেৰবিধ খনিজ সম্পদক বেচৰকাৰী খণ্ডৰ বাবে মুক্ত কৰি দিয়া


C. খনিজ সম্পদৰ সম্ভাৱনাসমূহৰ অনুসন্ধান কার্যত উদগনি দিয়া


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



90. উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ মাটি কালিৰ পৰিমাণ গােটেই ভাৰতৰ মুঠ মাটিকালিৰ


A. ৫ শতাংশ


B. ৫.৭ শতাংশ


C. ৭.৭ শতাংশ


D. ৮.১ শতাংশ


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.