অর্থনীতি (Economics ) MCQ

21. তলৰ কোনটো অর্থবিজ্ঞানৰ পৰিসৰৰ বাহিৰৰ ?


A. মদাহীৰ মদপান


B. মাতৃৰ শুশ্ৰূষা


C. নাৰ্ছৰ সেৱা


D. বিউটি পার্লাৰৰ সেৱা


Answer :B


Solution :



22. তলৰ কোনটো সমষ্টিবাদী অর্থবিজ্ঞানৰ বিষয়বস্তু নহয় ?


A. জাতীয় আয়


B. সামগ্রিক উৎপাদন


C. সামগ্রিক বিনিয়ােগ


D. বিতৰণ তত্ত্ব


Answer :D


Solution :



23. অর্থবিজ্ঞানত মূল্য বুলিলে তলৰ কোনটোক বুজায়?


A. বস্তুৰ বিনিময় মূল্যৰ মুদ্রাগত মূল্য


B. বস্তুৰ ব্যৱহাৰ মূল্য


C. বস্তুৰ বিনিময়ৰ বাবদ পােৱা আন দ্রব্যৰ পৰিমাণ


D. বস্তুৰ বিনিময় মূল্য


Answer :A


Solution :



24. অর্থবিজ্ঞানত বজাৰক


A. বস্তুৰ নাম অনুসৰি নামাকৰণ কৰা হয়


B. ঠাইৰ নামেৰে নামাকৰণ কৰা হয়


C. মুদ্ৰাৰ নামেৰে নামাকৰণ কৰা হয়


D. অঞ্চলৰ নামেৰে নামাকৰণ কৰা হয়


Answer :A


Solution :



25. অর্থবিজ্ঞানৰ মতে বজাৰ সৃষ্টি হ'বলৈ হ'লে


A. ক্রেতা-বিক্রেতা এখন ঠাইত মিলিত হব লাগে


B. ক্রেতা-বিক্রেতা দূৰ-দূৰণিত থাকিব লাগে


C. ক্রেতা-বিক্রেতা ওচৰা-ওচৰিকৈ থাকিব লাগে


D. ক্রেতা-বিক্রেতাই দূৰদূৰণিত থাকিও টেলিফোন, টেলিগ্রাফ, ইণ্টাৰনেট, ফেক্স আদিৰে যােগাযােগ কৰি মূল্য স্থিৰ কৰিব পাৰে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.