অর্থনীতি (Economics ) MCQ

166. বাজেটৰ কোনটো পৰ্য্যায় শুদ্ধ


A. বাজেট প্রস্তুতকৰণ - ৰূপায়ন - অনুমােদন - হিচাব পৰীক্ষণ


B. বাজেট অনুমােদন - প্রস্তুতকৰণ - ৰূপায়ন - হিচাব পৰীক্ষণ


C. বাজেট প্রস্তুতকৰণ - অনুমােদন - ৰূপায়ন - হিচাব পৰীক্ষণ


D. বাজেটৰ অনুমাদন - প্রস্তুতকৰণ - ৰূপায়ন - হিচাব পৰীক্ষণ


Answer :C


Solution :



167. উদ্বৃত্ত বাজেট হ’ল


A. চৰকাৰী আয় চৰকাৰী ব্যতকৈ বেছি


B. চৰকাৰী ব্যয় চৰকাৰী আয়াতকৈ বেছি


C. চৰকাৰী আয় আৰু চৰকাৰী ব্যয় সমান


D. ওপৰৰ আটাইকেইটা


Answer :A


Solution :



168. ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ অধিকাংশ কোনটো খণ্ডৰ পৰা আহে?


A. প্রাথমিক খণ্ড


B. উদ্যোগ খণ্ড


C. সেৱা খণ্ড


D. ৰপ্তানি খণ্ড


Answer :C


Solution :



169. ভাৰতৰ জাতীয় আয় বিজ্ঞানসন্মতভাৱে গণনা কৰা প্রথম ব্যক্তিজন হ'ল


A. ভি কে আৰু ভি ৰাও


B. মহাত্মা গান্ধী


C. বল্লভ ভাই পেটেল


D. ওপৰৰ এজনাে নহয়।


Answer :A


Solution :



170. ভাৰতৰ ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ হয়


A. ১৯৩৫ চনত


B. ১৯৪৮ চনত


C. ১৯৪৯ চনত


D. ১৯৬২ চনত


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.