অর্থনীতি (Economics ) MCQ

61. বিহিত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?


A. যিবােৰ মুদ্ৰাৰ গ্রহণযােগ্যতা আইনসন্মত


B. যিবােৰৰ গ্রহণযােগ্যতা আইনসন্মত নহয়


C. যিবােৰ মানুহে গ্ৰহণ নকৰিবও পাৰে


D. যিবোেৰ গ্ৰহণ নকৰিলে আইনসন্মত ব্যৱস্থা লােৱাৰ কোনাে সুবিধা নাই


Answer :A


Solution :



62. তলৰ কোনটো কেন্দ্রীয় বেংকৰ কাৰ্যৰ অন্তৰ্গত নহয়?


A. কাগজী মুদ্রা প্রচলন


B. ঋণগত মুদ্ৰাৰ সৃষ্টি


C. ঋণ নিয়ন্ত্রণ


D. চৰকাৰৰ বেংক


Answer :B


Solution :



63. বাণিজ্যিক বেংকৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?


A. সঞ্চয় সংগ্রহ


B. ঋণ প্রদান


C. আমানত মুদ্ৰাৰ সৃষ্টি


D. কাগজী মুদ্রা ছপপাৱা


Answer :D


Solution :



64. কলা মুদ্ৰা বুলিলে তলৰ কোনটোক বুজায় ?


A. অপৰাধৰ ফলশ্ৰুতিত সৃষ্টি হােৱা মুদ্রা


B. বেংকৰ চেকৰ জৰিয়তে সৃষ্টি কৰা মুদ্রা


C. বাণিজ্যিক বেংকে সৃষ্টি কৰা আমানত মুদ্রা


D. কেন্দ্রীয় বেংকে ছােৱা কাগজী মুদ্রা


Answer :A


Solution :



65. বাণিজ্যিক বেংকৰ ঋণগত মুদ্রা সৃষ্টি কৰাৰ মূল ভেটি কি?


A. জনসাধাৰণে জমা ৰখা প্রাথমিক বা নিষ্ক্রিয় আমানত


B. বেংকে প্রদান কৰা ঋণৰ পৰিমাণ


C. বেংকে লাভ কৰা সুদৰ পৰিমাণ


D. বেংকে পূর্বে প্ৰদান কৰা ঋণৰ পৰিমাণ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.