অর্থনীতি (Economics ) MCQ

131. ভাৰত চৰকাৰে কোঠাৰী আয়ােগ’ৰ পৰামশাৱলীৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি’ঘােষণা কৰে


A. ১৯৬৪ চনত


B. ১৯৬৬ চনত


C. ১৯৬৮ চনত


D. ১৯৭১ চনত


Answer :C


Solution :



132. তলৰ কোনটো ব্যৱস্থা ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি’ৰ অন্তৰ্গত


A. চৈধ্য বছৰ বয়সলৈকে শিশুক বিনামূলীয়া শিক্ষা প্রদান কৰা


B. শিক্ষকৰ পাৰিতােষিকৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ মানদন্ড বৃদ্ধি কৰা


C. ৰাষ্ট্ৰীয় একতাৰ প্রতি লক্ষ্য ৰাখি ত্রিভাষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



133. সাক্ষৰতাৰ প্রধান নির্ণয়কাৰী উপাদান হল


A. শিক্ষাৰ প্রতি আগ্রহ


B. শিকাৰ সামৰ্থ


C. শিক্ষানুষ্ঠান


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



134. (৭ বছৰ ওপৰৰ সাক্ষৰ লােকৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০ = ?


A. আশ্রিত অনুপাত


B. সাক্ষৰতাৰ হাৰ


C. জনসংখ্যা ঘনত্ব


D. জন্মৰ হাৰ


Answer :B


Solution :



135. প্রতি হাজাৰ শিশুৰ ভিতৰত এবছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা ৫ আৰু জীৱিত শিশুৰ সংখ্যা ১০০ হলে শিশুৰ মৃত্যুৰ হাৰ হ'ব


A. ৫০


B. ১০০


C. ২০০


D. ৫০০


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.