ভূগোল (Geography) MCQ

101. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ _ মহাসাৰত অৱস্থিত?


A. আৰৱ সাগৰত


B. বংগোপ সাগৰত


C. ভাৰত মহাসাগৰত


D. প্ৰশান্ত মহাসাগৰত


Answer :B


Solution :



102. আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জ হ’ল


A. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ


B. লাক্ষাদ্বীপ মিনিকয় আৰু আমিনদিভি দ্বীপপুঞ্জ


C. বেৰন আৰু নাৰকোনদাম


D. মালদ্বীপ


Answer :B


Solution :



103. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বহুতো সৰু বৰ দ্বীপেৰে গঠিত, এই দ্বীপৰ সংখ্যা হ'ল


A. ২০০ তকৈ অধিক


B. ১৫০তকৈ অধিক


C. ২৫০তকৈ অধিক


D. ৫০ তকৈ অধিক


Answer :A


Solution :



104. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ দুটাক পৃথক কৰিছে


A. দহ ডিগ্ৰী প্ৰণালীয়ে


B. ন ডিগ্ৰী প্রণালীয়ে


C. আঠ ডিগ্ৰী প্ৰণালীয়ে


D. বাৰ ডিগ্ৰী প্রণালীয়ে


Answer :A


Solution :



105. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত


A. আঠ ডিগ্ৰী প্ৰণলী


B. ন ডিগ্ৰী প্রণালী


C. দহ ডিগ্ৰী প্ৰণালী


D. ছয় ডিগ্ৰী প্রণালী


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.