ভূগোল (Geography) MCQ

121. ভাৰতবৰ্ষত মুঠ ৮০.৬৩ কোটি একৰ আয়তনৰ _ হেক্টৰ মাটি কৃষিকাৰ্য সম্পাদন কৰা হয়


A. ১৪.৬ কোটি


B. ১৫.০৮ কোটি


C. ১৫.৯৬ কোটি


D. ১২.০৮ কোটি


Answer :B


Solution :



122. সেউজ বিপ্লৱ সূচনা হৈছিল


A. ১৯৬৭-৬৮ চনৰ পৰা


B. ১৯৭০-৭১ চনৰ পৰা


C. ১৯৭১-৭২ চনৰ পৰা


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



123. সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ’ল


A. অসম


B. বিহাৰ


C. উৰিষ্যা


D. পঞ্জাৱ


Answer :D


Solution :



124. অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়


A. সিঞ্চন পদ্ধতিৰে


B. দ্বিৰোপণ পদ্ধতিৰে


C. ৰোপন পদ্ধতিৰে


D. ঝমু পদ্ধতিৰে


Answer :C


Solution :



125. চাহখেতি, কুঁহিয়াৰ, মৰাপাট আদি _ কৃষিৰ ভিতৰত পৰে


A. মিশ্ৰ কৃষি


B. গহণ কৃষি


C. আত্মনিৰ্ভৰশীল কৃষি


D. বাণিজ্যিক কৃষি


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.