91. বিশেষজ্ঞসকলৰ মতে অসমত _ নিযুত টন কয়লা আছে


A. ১০০০ নিযুত টন


B. ২০০০ নিযুত টন


C. ১৫০০ নিযুত টন


D. ২৫০০ নিযুত টন


Answer :A


Solution :



92. ডিগবৈৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয় _____ চনত


A. ১৯৯৮


B. ১৮৮৯


C. ১৮৭৯


D. ১৮৯৭


Answer :B


Solution :



93. _____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ


A. গেলেকী


B. জালনি


C. নাহৰকটীয়া


D. মৰাণ


Answer :C


Solution :



94. নাহৰকটীয়াৰ পৰা নুনমাটিলৈ ____ কিলোমিটাৰ নলী পথ আছে


A. ৪৫০ কিলোমিটাৰ


B. ৪৪০ কিলোমিটাৰ


C. ৬৫০ কিলোমিটাৰ


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



95. নুনমাটিৰ পৰা শোধন কৰা তেল ____ কিলোমিটাৰ দীঘল নলী পথেৰে শিলিগুৰিলৈ পঠিওৱা হয়


A. ৩২০ কিলোমিটাৰ


B. ২২০ কিলোমিটাৰ


C. ৪২০ কিলোমিটাৰ


D. ৫২০ কিলোমিটাৰ


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.