ভূগোল (Geography) MCQ

76. অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ’ল


A. 24°3' উত্তৰ অক্ষৰেখাৰ পৰা 27°58' উঃ অক্ষৰেখালৈ আৰু 89°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 96°1' পূব দ্ৰাঘিমালৈ


B. 23°4' উত্তৰ অক্ষৰেখাৰ পৰা 28°58' উঃ অক্ষৰেখালৈ আৰু 47°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 98°1' পূব দ্ৰাঘিমালৈ


C. 24°6' উত্তৰ অক্ষৰেখাৰ পৰা 27°58' উঃ অক্ষৰেখালৈ আৰু 87°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 96°2' পূব দ্ৰাঘিমালৈ


D. 22°6' উত্তৰ অক্ষৰেখাৰ পৰা 27°5' উঃ অক্ষৰেখালৈ আৰু 88°5’ পূব দ্ৰাঘিমা ৰেখাৰ পৰা 95°5' পূব দ্ৰাঘথিমলৈ


Answer :A


Solution :



77. পাটকাই পৰ্বত হ’ল


A. ভংগিল পৰ্বত


B. সঞ্চয়জাত


C. স্তূপ পৰ্বত


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



78. পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো হ’ল


A. লাক্ষাদ্বীপ


B. মাজুলী


C. ভানকুৱাৰদ্বীপ


D. বদ্বীপ


Answer :B


Solution :



79. মৌচিনৰামৰ গড় বৰষুণৰ পৰিমাণ


A. ১২৪০ চেঃমিঃ


B. ১০৮০ চেঃমিঃ


C. ১১৮০ চেঃমিঃ


D. ১২৩০ চেঃসিঃ


Answer :A


Solution :



80. গুৱাহাটীত বৰষুণৰ পৰিমাণ হ’ল


A. ১৩১.৮ চেঃমিঃ


B. ২১৫ চেঃমিঃ


C. ১৬৩.৪ চেঃমিঃ


D. ১৪১.৮ চেঃমিঃ


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.