Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

66. তলৰ কোনবােৰ উদ্ভিদৰপৰা তেল উৎপাদন কৰিব নােৱাৰি?


A. বেঙেনা


B. সৰিয়হ


C. চয়াবিন


D. নাৰিকল


Answer :A


Solution :



67. বৰ্তমানৰ তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল হােতা হ’ল


A. জৱাহৰলাল নেহৰু


B. চৰ্দাৰ বল্লভ ভাই পেটেল


C. বলৱন্ত ৰাই মেহতা কমিটি


D. কোঠাৰী আয়ােগ


Answer :C


Solution :



68. খােজ কাঢ়োতে সদায়


A. বাটৰ সোঁফালে দি যাব লাগে


B. বাটৰ বাওঁফালে দি যাব লাগে


C. বাটৰ সোঁ মাজেদি যাব লাগে


D. এটাও নহয়


Answer :B


Solution :



69. তৰাবােৰ সাধাৰণতে


A. শিল আৰু বালিৰে গঠিত


B. সিঁহতৰ নিজৰ পােহৰ নাই


C. উত্তাপহীন


D. অত্যন্ত উত্তপ্ত, উজ্জ্বল গেছেৰে পৰিপূৰ্ণ


Answer :D


Solution :



70. যিবােৰ মেপে দেশ তথা ৰাজ্যসমূহৰ সীমা, কালি আদি দেখুৱায় তেনে মেপক কোৱা হয়


A. ৰাজনৈতিক মেপ


B. প্রাকৃতিক বা ভৌতিক মেপ


C. বিষয়বস্তু (thematic) সম্বলিত মেপ


D. এটাও নহয়


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.