Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

76. ‘স্বৰাজ মােৰ জন্ম স্বত্ব’– এই শাৰী কাৰ বাক্য


A. মহাত্মা গান্ধী


B. বাল গঙ্গাধৰ তিলক


C. নেতাজী সুভাষ বসু


D. এজনাে নহয়


Answer :B


Solution :



77. ‘সকলােৰে বাবে স্বাস্থ্য’ (Health for all) এয়া কোনটো অনুষ্ঠানৰ উদ্দেশ্য


A. UNO


B. WHO


C. UNICEF


D. UNESCO


Answer :B


Solution :



78. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ ১৫ জন সদস্যৰ ১০ জন সদস্য নির্বাচন কৰি লােৱা হয়। এওঁলােকক কেইবছৰৰ বাবে নির্বাচন কৰা হয় ?


A. দুবছৰ বছৰ


B. তিনি বছৰ


C. চাৰি বছৰ


D. ছবছৰ


Answer :A


Solution :



79. ভূমি প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল


A. জোৰেৰে অহা বৰষুণ


B. জোৰেৰে অহা বতাহ


C. অতিমাত্রা কীটনাশক আৰু কৃত্রিম সাৰৰ ব্যৱহাৰ


D. শব্দৰ তীব্রতা


Answer :C


Solution :



80. পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগটোক সাধাৰণতে K2 (৮৬১১ মিটাৰ) নামে জনা যায়। ইয়াৰ আন এটা নাম


A. কাঞ্চনজংঘা


B. এভাৰেষ্ট


C. গডউইন অষ্টিন


D. ধৌলগিৰি


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.