Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

96. শিক্ষার্থীয়ে সফলতা লাভ কৰিবৰ বাবে কিদৰে অনুপ্রাণিত কৰিব?


A. নির্বাচিত অধ্যয়নৰ ব্যৱস্থা


B. আবৃত্তিৰ জৰিয়তে শিকা


C. গভীৰ অধ্যয়নৰ বাবে ঐকান্তিক চেষ্টা কৰা


D. প্রাসংগিক অধ্যয়ন


Answer :C


Solution :



97. শিশুৰ বিদ্যালয়ত অনুপস্থিতিৰ প্রৱণতাৰ বাবে এজন শিক্ষক হিচাপে আপুনি ভাবে


A. বিদ্যালয়ৰ প্রধান শিক্ষক আৰু অভিভাৱক চিন্তিত হােৱা উচিত


B. বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা অনুশাসন ভংগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে


C. শিক্ষকজনে ইয়াক এক জটিল সমস্যা হিচাপে গণ্য কৰিব লাগে


D. তেনে শিশুক নিতৌ উপস্থিত থকা শিশুতকৈ কম গুৰুত্ব দিব লাগে


Answer :C


Solution :



98. যেতিয়া কোনাে শিক্ষার্থীয়ে শিক্ষকে শিকোৱা ধৰণে বা কিতাপত থকা ধৰণে কোনাে প্রশ্নৰ উত্তৰ লিখাতকে পৃথকভাৱে লিখিবলৈ চেষ্টা কৰে তেওঁক আপুনি


A. আন কিতাপ আদি পঢ়িবলৈ উৎসাহিত নকৰিব


B. নির্দিষ্ট বিষয়ৰ লগত সংগতি থকা আন কিতাপ পঢ়িবলৈ উৎসাহিত কৰিব


C. শ্ৰেণীৰ শেষত শিক্ষকৰ লগত আলােচনা কৰিবলৈ ক'ব


D. পৰীক্ষাত সৰহ নম্বৰ পাবৰ বাবে শ্রেণীত দিয়া টোকা অনুসৰণ কৰিবলৈ ক'ব


Answer :B


Solution :



99. অভিজ্ঞ শিক্ষকক নির্দিষ্ট পাঠ শিক্ষণৰ ক্ষেত্ৰত সম্পূর্ণ পাঠ আঁচনিৰ (Lesson Plan) প্রয়ােজন নহয়, কাৰণ


A. তেওঁলােকে পাঠ আঁচনি নােহােৱাকৈয়াে ভালদৰে পঢ়াব পাৰে


B. শ্রেণীকোঠাত অনুসন্ধিৎসু শিক্ষার্থীৰ অভাৱ


C. যেতিয়া তেওঁলােকে কিবা ভুল কৰে, শিক্ষার্থীৰ ফালৰ পৰা কোনাে প্রশ্ন নাহে বা সমস্যাৰ সন্মুখীন নহয়


D. অভিজ্ঞতাৰ জৰিয়তে বিষয় সম্বন্ধে বিশদ জ্ঞানেৰে সমৃদ্ধ হােৱা বাবে


Answer :D


Solution :



100. শিক্ষকৰ সৰাততকৈ কৰণীয় হ’ল


A. শ্ৰেণীকোঠাৰ অনুশাসন বৰ্তাই ৰখাত


B. শ্রেণী কোঠাত নিয়মানুৱৰ্তি (Punctual) বজাই ৰখা


C. শিশুৰ জটিলতা আঁতৰােৱা


D. খুব ভাল বক্তা


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.