অসমীয়া সাধাৰণ জ্ঞান MCQ

46. মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে


A. ভক্তিৰত্নাকৰ গ্ৰন্থৰ পৰা


B. কৃষ্ণকৰ্ণামৃত গ্ৰন্থপৰা


C. ব্ৰহ্মবৈৱৰ্ত্তপুৰাণৰপৰা


D. বিষ্ণুপুৰাণৰ পৰা


Answer :B


Solution :



47. মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে


A. ৰাজভটিমা


B. নাটকীয়ভটিমা


C. গুৰু ভটিমা


D. দেৱ ভটিমা


Answer :C


Solution :



48. মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে


A. চোৰধৰা


B. অৰ্জুন ভঞ্জন


C. ভূমি লেটোৱা


D. ভোজন বেহাৰ


Answer :B


Solution :



49. শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ’ল


A. এওঁৰ নাট ব্ৰজাৱলী ভাষাত ৰচিত


B. মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ


C. মাধৱদেৱৰ নাটত বিভিন্ন ৰসৰ সমাহাৰ'হৈছে


D. মাধৱদেৱৰ নাটত সংস্কৃত শ্লোকৰ প্ৰয়োগ দেখা যায়


Answer :B


Solution :



50. "নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে" এইষাৰ কাৰ উক্তি ?


A. ড° মহেশ্বৰ নেওগ


B. তীৰ্থনাথ শৰ্মা


C. ড° বাণীকান্ত কাকতি


D. ড° সত্যেন্দ্ৰনাথ শৰ্মা


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.