গণিত (Mathematics) MCQ

46. x আৰু a সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব


A. xa


B. 1


C. x


D. a


Answer :B


Solution :



47. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি


A. x<1 আৰু x ৰ উৎপাদক 1 আৰু x নিজে


B. x>1 আৰু x ৰ উৎপাদক 1 আৰু x নিজে


C. x=1 আৰু x ৰ উৎপাদক 1 আৰু x নিজে


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



48. দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজত পাৰ্থক্য হ'ব


A. 1


B. 3


C. 0


D. 2


Answer :D


Solution :



49. মৌলিক সংখ্যাৰ ক্ষেত্ৰত তলৰ শুদ্ধ বাকাটো


A. 0 ত কৈ ডাঙৰ সকলো সংখ্যাই মৌলিক


B. 1 ত কৈ ডাঙৰ সকলো সংখ্যাকে উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰি


C. মৌলিক সংখ্যা সীমিত


D. ওপৰৰ এটাও শুদ্ধ নহয়


Answer :B


Solution :



50. তলৰ কোনটো শুদ্ধ


A. 1 তকৈ ডাঙৰ আৰু মৌলিক সংখ্যাবোৰ বাদ দি পোৱা সংখ্যাবোৰে যৌগিক সংখ্যা


B. সকলো পূৰ্ণ সংখ্যাই যৌগিক সংখ্যা


C. সকলো স্বাভাৱিক সংখ্যাই যৌগিক সংখ্যা


D. ওপৰৰ এটাও শুদ্ধ নহয়


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.