গণিত (Mathematics) MCQ

96. ‘a’ ব্যাসাৰ্ধ বিশিষ্ট চক্ৰীয় বৃত্তৰ বৃত্তম সমকোণী ত্ৰিভুজ এটাৰ কালি কিমান?


A.


B. a²/√3


C. 2a²/√3


D. a²/2


Answer :A


Solution :



97. এটা বৃত্ত আৰু এটা বৰ্গৰ কালি সমান হ’লে তলৰ কোনটো সত্য?


A. সিহঁতৰ পৰিসীমা সমমানৰ


B. বৃত্তৰ পৰিসীমা ডাঙৰ


C. বৰ্গৰ পৰিসীমা ডাঙৰ


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



98. এটা আয়তৰ দৈৰ্ঘ 25% বৃদ্ধি আৰু প্ৰস্থ 25% হ্ৰাস কৰিলে আয়তটোৰ কালি হ'ব


A. কোনো পৰিৱৰ্তন নহয়


B. 5% বৃদ্ধি হ'ব


C. 6.25% হ্ৰাস হ’ব


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



99. এটা আয়তৰ দৈৰ্ঘ্য প্রস্থতকৈ 2 ছেঃ মিঃ বেছি আৰু পৰিসীমা 20 ছেঃ মিঃ হ'লে আয়তটোৰ কালি হ'ব


A. 20 cm²


B. 22 cm²


C. 24 cm²


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



100. এটা আয়তৰ দীঘ (6x + 4) ছেঃ মিঃ, প্ৰস্থ x ছেঃ মিঃ আৰু পৰিসীমা 64 ছেঃ মিঃ হ'লে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ কিমান?


A. √600 ছেঃমিঃ


B. √700 ছেঃমিঃ


C. √750 ছেঃমিঃ


D. √800 ছেঃ মিঃ


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.