Assamese Language MCQ

31. বর্তমান সময়ত বয়ঃসন্ধিকালৰ কোনটো দিশ আটাইতকৈ গুৰুত্বপূর্ণ ?


A. যৌন চেতনা


B. সামাজিক চেতনা


C. ধর্মীয় চেতনা


D. নীতিগত চেতনা


Answer :A


Solution :



32. যৌন সম্পর্কৰ গোপনীয়তাই বয়ঃসন্ধিকালৰ বিশেষ শক্তি হয়-


A. মানসিক


B. দৈহিক


C. দৈহিক


D. পাৰিবাৰিক


Answer :A


Solution :



33. ইতিবাচক মনোভাবে ছাত্র-ছাত্রীৰ তলৰ কোনটো লাভাম্বিত নহয় ?


A. হতাশা


B. নিৰাশা


C. ব্যর্থতা


D. ব্যভিচাৰ


Answer :D


Solution :



34. আচৰণ বুলিলে আমি বুজো-


A. কোনো ব্যক্তি পৰিয়াল আৰু সমাজে কৰা জ্ঞাত নৈতিকতা ব্যৱহাৰ


B. কোনো ব্যক্তিয়ে কৰা সৎ ব্যৱহাৰ


C. কোনো ব্যক্তিয়ে কৰা অসৎ ব্যৱহাৰ


D. অনৈতিক ব্যৱহাৰ


Answer :A


Solution :



35. ছাত্র-ছাত্রীৰ বাবে খেলা ধুলা আৱশ্যকীয়-


A. ই শৰীৰটো স্বাস্থ্যবান কৰে


B. ছাত্র-ছাত্রী খেলিবলৈ স্কুললৈ যায়


C. ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ণ সাধন হয়


D. খেলৰ দ্বাৰা আত্মসন্তুষ্টি পাব পাৰে


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.