Political Science MCQ

76. ১৯৯৪ চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বর্ণনা কৰা আছে?


A. ২০ ধাৰা


B. ৩০ ধাৰা


C. ৩৫ ধাৰা


D. ১৯ ধাৰা


Answer :D


Solution :



77. আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয় ?


A. এখন গাঁও


B. এখন ৰাজহগাঁও


C. দুখন গাঁও


D. প্রত্যেক গাঁও পঞ্চায়তৰ এলেকা


Answer :D


Solution :



78. আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশােধনী মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্যৱস্থা আছে?


A. এক চতুর্থাংশ


B. এক তৃতীয়াংশ


C. দুই তৃতীয়াংশ


D. পঞ্চাশ শতাংশ


Answer :D


Solution :



79. ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰামতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে?


A. ৫০ নং ধাৰামতে


B. ৫২ নং ধাৰামতে


C. ৬২ নং ধাৰামতে


D. ৬৫ নং ধাৰামাতে


Answer :B


Solution :



80. কিমান চনৰ সংবিধান সংশােধনীৰ যােগেদি জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল?


A. ১৯৭০ চন


B. ১৯৮২ চন


C. ১৯৭৩ চন


D. ১৯৮৫ চন


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.