পদার্থ বিজ্ঞান (Physics) MCQ

16. দ্ৰুতি কম বেছি নকৰাকৈ বস্তু এটা ত্বৰিত কৰিব পাৰি নে


A. পাৰি


B. সৰলৰেখীয় পথত গতি কৰা বস্তু এটাৰ ক্ষেত্ৰত পাৰি


C. বক্ৰ পথেৰে গতি কৰা বস্তু এটাৰ ক্ষেত্ৰত পাৰি


D. বৃত্তাকাৰ পথত গতি কৰা বস্তু এটাৰ ক্ষেত্ৰত পাৰি


Answer :D


Solution :



17. বল আৰু দৈৰ্ঘ্যৰ মাজত যোগ, বিয়োগ বা পূৰণ কৰিব পাৰি নে


A. যোগ কৰিব পাৰি পূৰণ কৰিব নোৱাৰি


B. পূৰণ কৰিব পাৰি যোগ কৰিব নোৱাৰি


C. যোগ, বিয়োগ, পূৰণ একো কৰিব নোৱাৰি


D. যোগ, বিয়োগ কৰিব পাৰি পূৰণ কৰিব নোৱাৰি


Answer :C


Solution :



18. গৈ থকা বাছ এখনৰ ভিতৰত মানুহ এজন থিয় হৈ আছে ড্ৰাইভাৰজনে হঠাতে ব্ৰেক মাৰিলে মানুহজন আগৰফালে পৰি যাব খোজে, এইটো কিহৰ বাবে হয়


A. মানুহজনৰ গতি জড়তাৰ বাবে


B. বাছখনৰ গতি জড়তাৰ বাবে


C. মানুহজনৰ স্থিতি জড়তা আৰু বাছখনৰ গতি জড়তাৰ বাবে


D. মানুহজনৰ গতি জড়তা আৰু বাছখনৰ স্থিতি জড়তাৰ বাবে


Answer :A


Solution :



19. পকী দেৱাল এখনত মানুহ এজনে বল প্রয়োগ কৰিছে কিন্তু দেৱালখন ঠেলিব পৰা নাই, গতিকে দেৱালখনৰ ওপৰত


A. প্ৰযুক্ত বল শূন্য


B. ক্ৰিয়া কৰা লব্ধ বল শূন্য


C. নিউটনৰ দ্বিতীয় সূত্ৰ প্ৰয়োগ নহয়


D. অকল প্রথম সূত্ৰ প্ৰয়োগ হ’ব


Answer :B


Solution :



20. বস্তু এটা স্থিৰ অৱস্থাত নাই, গতিকে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বাহ্যিক বল শূন্য হ'ব পাৰে নে


A. নোৱাৰে


B. পাৰে


C. অনিশ্চিত


D. বল প্রয়োগকৰ্ত্তাৰ ওপৰত নিৰ্ভৰ কৰে


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.