পদার্থ বিজ্ঞান (Physics) MCQ

166. বৰ্ত্তনী এটাত প্রবাহ জুখিবলৈ এমমিটাৰৰ সংযোগ কিদৰে কৰা হয়?


A. সংযুক্ত ৰোধৰ শ্ৰেণীবদ্ধভাৱে


B. বিভৱান্তৰ জুখিবলগীয়া কোনো ৰোধৰ সমাস্তৰলাকৈ


C. শ্ৰেণীবদ্ধ বা সমান্তৰাল যিকোনো ধৰণে


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



167. A তামৰ তাঁৰৰ দৈৰ্ঘ্য B তামৰ তাঁৰৰ সমান আৰু A ৰ ব্যাস B তকৈ ডাঙৰ, গতিকে Aৰ ৰোধাংক


A. B তকৈ বেছি


B. B তকৈ কম


C. B ৰ সমান


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



168. তলত দিয়া কোনটো বিসদৃশ?


A. গাউচ


B. কুলম্ব


C. ওম


D. ভ’ল্ট


Answer :A


Solution :



169. V বিভৱান্তৰ যুক্ত পৰিবাহী এডালৰ মাজেদি t সময়ত ধৰি I পৰিমাণৰ বিদ্যুৎপ্ৰবাহ সঞ্চালিত হ’লে বৈদ্যুতিক কাৰ্য্যৰ পৰিমাণ কি?


A. V²It


B. VI²t


C. VIt


D. Vit²


Answer :C


Solution :



170. 1/2 মিনিট সময় ধৰি 220 ওম ৰোধৰ বাল্ব এটা 220 ভ'ল্ট লাইনত সংযোগ কৰি ব্যৱহাৰ কৰিলে কিমান বৈদ্যুতিক শক্তি খৰছ হয়?


A. 6.6x10³ জুল


B. 66 জুল


C. 24200 জুল


D. 6.6x10⁶ জুল


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.