পদার্থ বিজ্ঞান (Physics) MCQ

146. স্থিৰ বৈদ্যুতিক আধান


A. পৰিবাহীৰ পৃষ্ঠত থাকে ভিতৰত নাথাকে


B. পৰিবাহীৰ জোঙা বা মিহি সকলো পৃষ্ঠৰে একক কালিত সম পৰিমাণে থাকে


C. অপৰিবাহীৰ অকল ভিতৰত থাকে পৃষ্ঠত নাথাকে


D. অপৰিবাহীৰ মাজেদি সঞ্চালিত হ’ব পাৰে


Answer :A


Solution :



147. বৈদ্যুতিক হিটাৰত ফিলামেণ্ট হিচাপে কি তাঁৰ ব্যৱহাৰ কৰা হয়?


A. নাইক্ৰ’ম


B. টিটানিয়াম


C. তাম


D. টাংষ্ট্ৰেন


Answer :A


Solution :



148. ডাইনেম'ৰ মূল তত্ব কোনে আৱিষ্কাৰ কৰিছিল?


A. চাৰ হাম্‌ফ্ৰি ডেভি


B. মাইকেল ফেৰাডে


C. এলবাৰ্ট আইনষ্টাইন


D. টমাছ ইয়ং


Answer :B


Solution :



149. 1000 ৱাটৰ হিটাৰ এটা 10 ঘণ্টা সময় চলালে প্ৰতি একক 4 টকা হিচাপে খৰছ কিমান হ’ব?


A. 40 টকা


B. 20 টকা


C. 400 টকা


D. 10 টকা


Answer :A


Solution :



150. স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ মাজেদি সঞ্চালিত বিদ্যুৎ প্ৰবাহ সেই পৰিবাহীৰ দুই প্রান্তৰ মাজত থকা বিভৱান্তৰৰ


A. সমানুপাতিক


B. ব্যাস্তানুপাতিক


C. ওপৰত নিৰ্ভৰ নকৰে


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.