Assam TET Mock Test For UP Science
1. মেৰুকায় সৃষ্টি হয়

2. নতুন শিক্ষানীতি কিমান চনত সংসদত অনুমোদিত হয় ?

3. শিক্ষণৰ সময়ত তুমি এটা বিষয় কেনেকৈ মনোগ্রাহী কৰিবা ?

4. Neighbouring country is not enamoured __________ the bomb for its own sake.

5. 10 ভ'ল্ট বিভৱান্তৰৰ বাবে কোনো পৰিবাহীত প্রবাহ যদি 2 এম্পেয়াৰ হয় তেনেহ’লে 20 ভগ'ল্ট বিভৱান্তৰৰ বাবে সেই পৰিবাহীত প্রবাহ কিমান হ’ব?

6. এজন শিক্ষকৰ তিনিটা প্রধান কাম হৈছে-

7. They ___________ asked to give opinion in their own words.

8. তাপ পৰিবহন ধৰ্ম অনুযায়ী তলৰ কোনবিধ পদাৰ্থ বিসদৃশ?

9. পৰমসংহ প্রক্রিয়া হ'ল-

10. The candidates were tense _________ expectancy.

11. ____ the picture , there are 2 boys and one girl.

12. এটা বৰ্গৰ বাহুৰ দীঘ দুগুণ বৃদ্ধি কৰিলে, ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব

13. তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল?

14. 943 সংখ্যাটো মৌলিক নে যৌগিক

15. আধুনিক Pedagogy ৰ বাটকটীয়া হৈছে -

16. গড়বেগ আৰু গড় দ্ৰুতি একে হয় নে

17. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

18. মালপিঘিয়ান নলী ৰেচন অংগ হিচাপে ব্যৱহাৰ কৰে

19. _______ union leader will address the workers.

20. শিশুৰ দৈহিক বিকাশৰ প্রয়োজনীয় এটা উপাদান-

21. প্লাজম’দিয়ামৰ চিগনেট্‌ ৰিং অৱস্থাটো ক’ত দেখা যায়

22. তিমিৰ বিক্ৰয়া ক’ত হয়?

23. I ________ to see her twice, but she wasn’t home.

24. তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?

25. মানুহৰ দেহত প্রৱেশ কৰা গ্লাজম’দিয়ামৰ অৱস্থাটো হৈছে

26. তলৰ কোনটো সহ-পাঠ্যক্রমিক কার্যাৱলীৰ ক্ষেত্রত শুদ্ধ ?

27. কোনটো ৰঙৰ ৰশ্মি প্ৰিজমৰ দ্বাৰা আটাইতকৈ অধিক বিচ্যুত হয়?

28. I was born _____ year 1990

29. গতিশীল বস্তু এটাৰ গতিৰ দিশৰ লম্ব দিশত বল প্ৰয়োগ কৰি থাকিলে

30. তলৰ কোনবিধ ৰোগ প্রটʼযʼৱাৰ দ্বাৰা নহয়

31. I have invested a lot of money ________ farming.

32. তলৰ শব্দবোৰৰ পৰা ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা

33. 'জোনাকী' কাকতখন কিমান চনত প্ৰথমতে ওলাই ন?

34. গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে কি বচন ব্যৱহাৰ হয়?

35. অপতৃৰ্ণ হ’ল

36. সেমেকা পাউৰুটীত গজা ভেঁকুৰবিধ হ’ল

37. কেতিয়াবা কেতিয়াবা প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত এটা নিৰ্দিষ্টতাবাচক প্রত্যয় হৈছে

38. এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হব যদিহে আন দুটা বাহুৰ মাপ 5 ছেঃমিঃ আৰু 12 ছেঃমিঃ হয়?

39. "Chutiya people" are the descendants of the __________ family of Mongoloid origin.

40. 0.009 x 0.009 ÷ 0.009 ৰ মান কিমান?

41. I … to the cinema tonight: I’ve got a lot of work to finish.

42. তলৰ কোনটো অক্সিএচিড

43. কোনবিধ মৃতজীৱী উত্ভিদ

44. কেঁচুৰ ৰেচনাংগ হ’ল

45. তলৰ কোনটো উক্তি শুদ্ধ

46. Mr. Jones planning to retire. He _____ at Bow Valley College for a long time.

47. বিকাশ আৰু উন্নয়ণ কোনটো কাৰকৰ ওপৰত নির্ভৰশীল ?

48. চেলুল’জৰ পৰা তৈয়াৰী এবিধ উন্নত বহুবোগী তন্তু হৈছে

49. শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?

50. 'খিনি' প্রত্যয় ব্যৱহাৰ হয়

51. I can’t join you for lunch. I ______ for an important phone call.

52. মানুহ এজনে নিজৰ সম্পূৰ্ণ প্ৰতিবিম্ব দেখা পাব লাগিলে সমতল দাপোণখন হ’ব লাগিব

53. 'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?

54. ব্যক্তি বিভিন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্রদান কৰা শিক্ষাৰ লক্ষ্যটোৰ নাম হ’ল

55. He is a man of __________ words.

56. ত্বৰণৰ চি জি এচ একক কি

57. অন্ত‌ঃপ্রৰসীয় জালিকাৰ উপৰিভাগ আবৃত কৰ| কণাবোৰ হ’ল

58. 51 x 9 = 51 x (10 - 1) হ'লে 71 x 99 হ’ব

59. If you give me _______ time, i can finish the work.

60. লেটিন শব্দ 'Persona' ৰ অৰ্থ হ’ল