Assam TET Mock Test For UP Science 150 Marks
1. My voice reverberated ________ the walls of the castle.

2. There was ______ milk in the diary and so i had to return without it.

3. These remarks are certainly derogatory ________ your reputation

4. She makes cakes every Sunday.

5. I ________ a book when I heard a noise outside.

6. I _________ repairing defective car.

7. He is _____ older than his wife.

8. I ________ to my mp3 player.

9. He’s not happy because his brother … his computer.

10. He was disappointed ________ not finding the doctor in his seat.

11. He was continuously looking ______ me

12. One must consider about any matter before ___________ it.

13. She has ______ things to do.

14. President Saddam Hussain has lived -------- the gun all his life.

15. What time ________ lunch?

16. The servant refused to bow ___________ his master.

17. Sam … the marathon for the first time in 2009.

18. He has suffered heavy losses, yet he was rolling ________ wealth

19. _______ of the boys had done his work.

20. If you get a haircut, you ________ much better.

21. The man robbed me -------- my possessions.

22. ______ English are always conservative by nature.

23. I have to manage with _________ money i earn.

24. A steady mind triumphs ------ difficulties.

25. We ____ to new house, because old house was small enough for our family.

26. Do you need _________ help from me ?

27. I got _______ help from my mother than my father.

28. It was found that some students ___________ not attending their classes.

29. ______ to me?

30. My friend has been living in UK

31. পদৰ আগত কি শব্দ থাকিলে দ্বিতীয়া বিভক্তিৰ চিন লোপ পায়?

32. ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

33. মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্বমূলক গ্রন্থ নহয়

34. সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

35. তলৰ কোনটো শব্দৰ ‘ষ’ স্বাভাবিকতে মূৰ্দ্ধন্য 'য' ?

36. 'আদৰ' অর্থত তুচ্ছ কৰা ভাৱ নাথাকিলে অসমীয়া ভাষাত ব্যৱহৃত বহুবচনৰ প্ৰত্যয়

37. 'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?

38. ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?

39. ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?

40. ক্লীৱলিঙ্গক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ’ল

41. তলত দিয়া জতুৱা-ঠাঁচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয়?

42. তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে?

43. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

44. সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

45. অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

46. পৰস্পৰৰ প্রতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয়?

47. ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

48. অসমীয়াত শব্দ বিভক্তি কেইবিধ?

49. অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

50. আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

51. শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

52. স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন

53. এজন শিক্ষকৰ তিনিটা প্রধান কাম হৈছে-

54. জগদীশ মিশ্ৰই শংকৰদেৰক ক’ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল?

55. তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।

56. তলৰ কোনটো শুদ্ধ ?

57. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্ন্দ্ধন্য ণ হয়

58. শংকৰদেৱৰ মৃত্যু হৈছিল

59. অন্তঃস্থ ধ্বনিৰ আন এটা নাম হৈছে

60. নিৰ্দিষ্টতা অৰ্থত দীঘল লেহেকা বস্তু বুজাবলৈ ব্যৱহাৰ হয়

61. "বিকাশ হ’ল পৈনতা অৱস্থা আৰু অভিজ্ঞতাৰ কাৰ্য্য হিচাপে লাভ কৰা বৃদ্ধি আৰু ক্ষমতা শক্তিৰ সময়ৰ লগে লগে হোৱা পৰিবৰ্তনৰ এক প্রক্ৰিয়৷" - উক্তিটো আছিল

62. শিশুৰ আগ্ৰহ সৃষ্টি কৰিবলৈ শিক্ষকে শ্ৰেণীকক্ষত

63. বাল্যকালৰ লগত জড়িত শিক্ষা ব্যৱস্থা হ’ল

64. এটা অনুপযুক্ত পৰিবেশত শিশুৰ সম্পূৰ্ণ বিকাশ

65. অপৰাধ প্রৰৱণতাৰ এটা উদাহৰণ হ’ল

66. ফ্রয়ডৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাজন মতে সাধাৰণতে যি সকল ব্যক্তি অপৰিপক্ক, আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহী প্ৰকৃতিৰ হয় তেওঁলোক হ’ল

67. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

68. ব্যক্তি বিভিন্নতাৰ কাৰক হিচাপে চিহ্নিত কৰিব পৰি

69. পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যতকৈও দলৰ প্রতি আকৰ্ষণ অধিক শক্তিশালী হয়

70. কাৰ্ল য়ুঙে মানুহৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বক দুটা ভাগত ভাগ কৰিছিল

71. কৈশোৰ কালত ল'ৰা-ছোৱালীৰ বিকাশ তীব্ৰতৰ হয় বাবে সমস্যাৰ সৃষ্টি হয়

72. স্প্ৰেংগাৰৰ মতে শিল্পী, সাহিত্যিক, কবি, নাট্যকাৰ আদি লোক সকলক শ্ৰেণী বিভাজনত অন্তৰ্ভুক্ত কৰিছে

73. উদৰ প্রধান লোকৰ গঠন হ'ল-

74. শৈশৱৰ আত্মকেন্দ্ৰিক যৌন অনুভূতিক বিশেষজ্ঞ সকলে

75. মনোবিদ ৰাইবাৰ্ণৰ বিকাশৰ শ্ৰেণী বিভাজন মতে জন্মৰ পৰা ২½ বা ৩ বছৰলৈ সময়খিনিক কোৱা হয়

76. বহিৰ্মুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হ'ল

77. মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰসমূহ নিৰ্দ্ধাৰণ কৰিছিল

78. জন্মৰ সময়ত এটা শিশুৰ শৰীৰৰ দেৰ্ঘ্য হয়

79. স্কুলত পৰিৱেশ ভাল কৰিবলৈ কি কৰা উচিত-

80. বর্তমান শিক্ষা ব্যবস্থা অত্যন্ত ব্যয়বহুল-

81. দৈহিকভাবে ক্ষীণ, দীঘল, মেদহীন, দুৰ্বল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকীসকল হ’ল

82. শিশুসকলৰ মনত লাহে লাহে ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত, সৎ-অসৎ আদি ধাৰণাৰ বিকাশ ওপজে

83. শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক’ব পাৰে

84. এটা শিশুৱে আনৰ সহায় নোলোৱাকৈ খোজ কাঢ়িব পাৰে

85. শিশুসকলৰ জীৱন মূলতঃ পৰিচালিত হয়

86. অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল

87. কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল

88. তালৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়

89. ড্রাগচ আসক্ত শিশু এটিক ভাল কৰিব পাৰি-

90. Hereditary Fenius ৰ ৰচক -

91. এটা পৰাগৰেণুয়ে সৃষ্টি কৰা জননকোষৰ সংখ্যা

92. সহজীৱী উদ্ভিদৰ উদাহৰণ

93. ডিক্সনৰ মতবাদ কি প্ৰক্ৰিয়াৰ লগত জৰিত?

94. ক্ৰমজ’মৰ ক্ৰছিং ওভাৰ হয়

95. উদ্ভিদজগতৰ ভিতৰত উভচৰ বুলি জনা উদ্ভিদবিধ বাচি উলিওৱা

96. ভ্ৰুপস্থলী কিহৰ পৰা সৃষ্টি হয়

97. খণ্ডিত দেহৰ প্রাণী হ’ল

98. কোষচক্ৰৰ স্তৰবোৰৰ শুদ্ধ ক্ৰম হ’ল

99. সালোক সংশ্লেষণ উৎপাদন হয়

100. আফ্ৰিকান নিদ্ৰাৰোগ কোনবিধ আদ্যপ্রাণীৰ দ্বাৰা হয়

101. দ্বিদল কপাট থাকে

102. তলৰ কোনবিধ আংশিক মূল পৰজীৱী

103. যোজন প্ৰক্ৰিয়া কোন শ্ৰেণীৰ উত্তিদত হয়?

104. মৃদগত কাণ্ড হ’ল

105. সেমেকা পাউৰুটীত গজা ভেঁকুৰবিধ হ’ল

106. বস্তু এটাৰ দ্ৰুতি ঋণাত্মক হ’ব পাৰে নে

107. যি শব্দ মানুহে কাণেৰে নুশুনে কিন্তু বাদুলিয়ে শুনে তেনে শব্দক কি বোলে?

108. A তামৰ তাঁৰৰ দৈৰ্ঘ্য B তামৰ তাঁৰৰ সমান আৰু A ৰ ব্যাস B তকৈ ডাঙৰ, গতিকে Aৰ ৰোধাংক

109. সাধাৰণ লেব’ৰেটৰি প্রিজম এখনত সমতল পৃষ্ঠ কেইখন থাকে

110. 5 নিউটন বল প্রয়োগ কৰা 5 কি.গ্রাম, ভৰৰ বস্তু এটাৰ বলৰ দিশত সৰণ হৈছে 5 মি. কাৰ্য্যৰ পৰিমাণ কি

111. পোহৰৰ এটা গতিপথক কি বোলে?

112. সমান্তৰালকৈ ৰখা দুখন দাপোণৰ মাজত লক্ষ্য বস্তু এটা ৰাখিলে কিমানটা প্ৰতিবিশ্ব গঠিত হ'ব?

113. নৈৰ সিপাৰে পোনে পোনে থকা ঠাই এখনলৈ নিব লাগিলে নাও এখন

114. তলত দিয়া কোনবোৰ ৰাশি স্কেলাৰ

115. আহিত পৰিবাহী টুকুৰা এটাৰ ক’ত আধান জমা হয়?

116. কোনটো উষ্ণতা বিসদৃশ

117. 10 ভ'ল্ট বিভৱান্তৰৰ বাবে কোনো পৰিবাহীত প্রবাহ যদি 2 এম্পেয়াৰ হয় তেনেহ’লে 20 ভগ'ল্ট বিভৱান্তৰৰ বাবে সেই পৰিবাহীত প্রবাহ কিমান হ’ব?

118. 10 গ্ৰামত কিমান মিলিগ্ৰাম

119. 100 নিউটন বলৰ ক্ৰিয়াত বস্তু এটাৰ ত্বৰণ হৈছে 20 মি./ছে.² বস্তুটোৰ ভৰ কিমান?

120. কাঁচৰ প্রতিসৰণাংক হালধীয়া পোহৰৰ যিমান ৰঙা পোহৰৰ

121. গাড়ীৰ বেটাৰিত ব্যৱহাৰ কৰা অম্লটো হৈছে

122. ৰাসায়নিক পৰিৱৰ্তত তলৰ কোনটো ধৰ্মৰ পৰিৱৰ্তন ঘটে

123. COD ৰ পূৰ্ণ ৰূপ হল

124. BOD ৰ পূৰ্ণ ৰূপ হ’ল

125. PAN ৰ অৰ্থ হ'ল

126. খাদ্যৰ হজম প্ৰক্ৰিয়াটো

127. অধাতুবোৰ সাধাৰণতে

128. মাছবােৰে কোনটো ধাতু নিজৰ শৰীকত জমা কৰি ৰাখিব পাৰে?

129. Chemical Oxygenated dye

130. নেমুটেঙাৰ ৰসত অলপ ফিনলথেলিন সূচক দিলে ইয়াৰ ৰঙ হ’ব

131. মামৰে ধৰা প্রক্ৰিয়াত আইৰণৰ

132. লঘু ছালফিউৰিক এচিডযুক্ত কপাৰ ছালফেট দ্ৰৱ এটাত কপাৰৰ পাত দুখন ভৰাই দি বিদ্যুত চালিত কৰিলে

133. বৈদ্যুতিক দস্তালেপনত যিংকৰ দণ্ড হ’ব

134. তলৰ কোনটো এণ্টিচেপটিক হিচাপে ব্যৱহৃত হয়

135. স্ম’গত থকা মূল পদার্থবিধ হ'ল

136. এটা সামস্তৰিকৰ ভূমি 12 ছেঃ মিঃ আৰু উন্নতি 7 ছেঃ মিঃ হ’লৈ, সামন্তৰিকটোৰ কালি কিমান?

137. যদি CP = 23.60 টকা, SP = 31.86 টকা হয় তেন্তে শতকৰা লাভ হ'ব

138. 25 আৰু 26 সংখ্যা দুটাৰ লঃ সাঃ গুঃ হ'ব

139. এজন দোকানীয়ে ছাটি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব

140. কোনো এক সংখ্যাক্ৰমত প্রথম 5 টা সংখ্যাৰ গড় 65 আৰু প্রথম 6 টা সংখ্যাৰ গড় 70 হ'লে 6 নং সংখ্যাটো হ'ব

141. এজন বনুৱা হিচাবে A য়ে B তকৈ দুগুণ কাম কৰিব পাৰে। কোনো এটা কাম B য়ে 6 দিনত কৰিব পাৰে। যদি A আৰু B য়ে একেলগে কামটো কৰে, তেন্তে কিমান দিনত কামটো শেষ কৰিব পাৰে?

142. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

143. 0.5625 ৰ বৰ্গমূল কিমান?

144. তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

145. 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

146. যাদি x, x + 2, x + 4, x + 6 আৰু x + 8 ৰ মাধা 11 হয় তেন্তে প্ৰথম তিনিটা ৰাশিৰ মাধ্য মান হ'ব

147. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

148. তলৰ কোনটো সংখ্যাৰদ্ধাৰা বৰ্গ সঞ্জাব পাৰি?

149. গৰীমাই এখন শাৰী 1240 টকাত কিনি পিচত 1147 টকাত বিক্ৰী কৰে। তেওঁ লোকচানৰ শতকৰা হাৰ হ’ব

150. 25, 34, 31, 23, 22, 26, 35, 28, 20, 32 ৰ মধামা হ'ব